নূপুৰে মাতে ৰুণ্ জুন্

নূপুৰে মাতে ৰুণ্ জুন্

নূপুৰে মাতে ।

 

সখী যাবৰ বেলি

আমাৰ হিয়াখনি 

বিষাদে ছাটে ।

 

চলে চলি চকুতে

সখী চকুপানী নাটে ।

 

যোৱা সখী দিছোঁ বিদায়

মনতে ৰাখিবা সদায়

এৰানো কি স’তে

সখী এৰানো কি স’তে ।।